Lummer dai biography of barack



Lummer dai biography of barack

  • Lummer dai biography of barack
  • Lummer dai biography of barack obama
  • Biography of barack obama
  • Lummer dai books
  • Luminous lummer dai in which language
  • Biography of barack obama!

    লুম্মেৰ দাই

    লুম্মেৰ দাই (ইংৰাজী: Lummer-Dai) অৰুণাচল প্ৰদেশৰ পটভূমিত অসমীয়া ভাষাত সৃষ্টিধৰ্মী ৰচনাৰ বাটকটীয়া।[2] তেওঁ আছিল মূলত এগৰাকী অসমীয়া জনজাতীয় লেখক। তেওঁ ৰচনাত জনজাতীয় জীৱন-বৈচিত্ৰ্যৰ ছবিহে বেছিকৈ উজলি উঠিছে।[2]

    জন্ম

    [সম্পাদনা কৰক]

    ১৯৪০ চনৰ ১ জুনত অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ চিলুক গাঁৱত। পিতৃৰ নাম আছিল জবো দাই আৰু মাতৃ কমছাক দাই আছিল অৰুণাচলৰ আদি জনগোষ্ঠীৰ লোক।[2][3]

    শিক্ষা

    [সম্পাদনা কৰক]

    লুম্মেৰ দাইৰ পিতৃ-মাতৃ অনাক্ষৰী হ'লেও পুত্ৰক শিক্ষাৰ পোহৰৰ বাট দেখুৱাই নাম লগাই দিছিল চিলুক প্ৰাথমিক বিদ্যালয়ত। ১৯৫০ চনত তেওঁ পাছিঘাট মিডল স্কুলত নামভৰ্তি কৰিছিল। ১৯৫৯ পাছিঘাট হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ১৯৫৯ চনত উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যায়তনিক তীৰ্থস্বৰূপ কটন মহাবিদ্যালয়ত আই এ মহলাত ভৰ্ত্তি হ'ল কিন্তু ১৯৬১ চনত আই এ পৰীক্ষাত কৃতকাৰ্য্য হ'ব নোৱাৰিলে ফলত চৰকাৰী বৃত্তি লাভৰ পৰা বঞ্চিত হয়। শ্বিলঙৰ নেফা সচিবালয়ত ৰেকৰ্ড কীপাৰৰ চাকৰি এটা যোগাৰ কৰি পঢ়াৰ খৰচ উলিয়াই ১৯৬২ চনত ইণ্টাৰমেডিয়েট পাছ কৰিলে। ১৯৬৬ চনত ইংৰাজী স